"বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে" কবিতাপুথিৰ প্ৰতিটো কবিতাই কবিৰ অৰ্ন্তলীন জীৱন-অভিজ্ঞতাৰ কাব্যিক প্ৰকাশ৷ কবিতাৰ শব্দবোৰ আলফুলীয়া,জোনাকত আবিৰসনা ব্যঞ্জনাময়!! প্ৰতিটো কবিতাই আবেদন কৰে নিজৰ ভিতৰলৈ জুমি চোৱাৰ হাবিয়াস৷ এজাক বৰষুণৰ প্ৰত্যাশাৰে জীৱনময়তাৰ সপোনেৰে ভৰা কবি মৌচুমী বৰিৰ সুখপাঠ্য কবিতা পুথি "বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"
বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
₹100.00Price