"সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই কৈছিল - "কবিতা হৈছে মানৱ সত্য স্পৰ্শ কৰাৰ আত্মানুসন্ধান"৷

এই আত্মানুসন্ধানেৰেই এজন কবিয়ে যাত্ৰা কৰে কবিতাৰে জীৱনৰ বাট৷ কবিতা স্বত:স্ফূৰ্ত নে নিৰ্মাণ নে স্বত:স্ফূৰ্ততাৰ মাধ্যমেৰে নিৰ্মাণৰ কৌশলেৰে কবিতা এটা গঢ় লৈ উঠে !!

সৃজনশীলতা, অধ্যয়ন,কচৰৎ আৰু কল্পনাৰে এগৰাকী লেখকে নিজৰ সৃষ্টিত হাত বুলাই৷ সেয়া গল্পই হওক,উপন্যাসেই হওক অথবা কবিতাই হওক৷
Purple Flowers
Lets join hands to form a community and spread truth & love from the core of our heart ...
Purple Flowers
Get in Touch

Thanks for submitting!