top of page
My Articles / Publishing
Search


“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক”
“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক” মানৱজাতিয়ে ২০২৩ চনত ৰেকৰ্ডসংখ্যক ৫৩ বিলিয়ন টন সেউজগৃহ গেছ বায়ুমণ্ডললৈ এৰি দিয়ে—আমাৰ একমাত্ৰ বাসস্থান পৃথিৱীখনকবসবাসযোগ্য কৰি ৰাখিবলৈ হ’লে মাত্ৰ এটা প্ৰজন্মৰ ভিতৰতে এইসংখ্যা নেট জিৰ’লৈ (Net zero) হ্ৰাস কৰিব লাগিব। সাম্প্ৰতিক সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পৰিৱেশৰ প্ৰতি ভয়াবহ প্ৰত্যাহবান হিচাপে দেখা দিছে। মূলত জৈৱাশ্মিক (petroleum) ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ নিৰ্গমন (Green house Gas emission) সমূহৰ বাবে যোৱা শতিকাত গোলকীয় উষ্ণতা ক্ৰ

Mousumee Bori
Jul 42 min read


“নৱবৰ্ষৰ সংকল্প”
“নৱবৰ্ষৰ সংকল্প” ২০২৫ বৰ্ষটোত আমি বহুজন স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ।অসমৰ হাৰ্টথ্ৰব ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ দেহাৱসান সমগ্ৰ অসম তথা দেশবাসীৰ বাবে অপূৰণীয় ক্ষতি আছিল। প্ৰাণৰ শিল্পীজনৰ মৃত্যু অসমবাসীয়ে এতিয়াও যেন মানি ল’ব পৰা নাই। বেথাভৰা হুমুনিয়াহবোৰ এতিয়াও আকাশে বতাহে গুঞ্জৰিত হৈ আছে ।তাৰোপৰি বলিউডৰ অন্যতম মহানায়ক ধৰ্মেন্দ্ৰৰ মহাপ্ৰস্থানেও সমগ্ৰ দেশকে জোকাৰি গ’ল, জোকাৰি গ’ল বলিউডৰ চিৰসেউজ প্ৰখ্যাত কমেডিয়ান গোবৰ্ধন আচৰানিৰ মহাপ্ৰস্থানেও। যোৱা বৰ্ষটোতে আমি হেৰুৱালোঁ ক্ৰমে অসম

Mousumee Bori
Jul 42 min read


“চৰ্তবিহীন প্ৰেম”
“চৰ্তবিহীন প্ৰেম” “মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে ক’বলৈ আছেনে সময় তোমাৰ? সমীৰৰ খবৰ শুনাৰ …. ( কন্ঠ: জয়ন্ত হাজৰিকা সংগীত আৰু কথা: হেমেন হাজৰিকা ) ফাগুন মানেই যে ৰং! ফাগুন মানেই যে প্ৰেম! ফাগুনক কবিয়ে উতলা ফাগুন, মায়াবী ফাগুন আদি বিশেষণেৰে বিভূষিত কৰিছে। ফাগুন মাহৰ পূৰ্ণিমা তিথিতে ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰম্ভ হয়। এই উৎসৱত শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাঁকু সানি ৰঙৰ খেলা কৰা হয়। এৰা, ফাগুন বুলি ক’লেই আমাৰ মনলৈ আহে প্ৰেম প্ৰেম অনুভৱৰ পলাশ,মদাৰ,

Mousumee Bori
Jul 42 min read


“মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “
“মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “ “মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “ মনৰ নিজানত বহু কথাই ভাবিব...

Mousumee Bori
Dec 23, 20241 min read


গ্ৰীটিংচ কাৰ্ডৰ কথা
চাওঁতে চাওঁতে ইংৰাজী' ২০২৩ বৰ্ষটোৱে মেলানি মাগিবৰ বাবে যো-জা কৰিলে। মনলৈ ভাব আহিছে - সঁচাই সময়বোৰ পাখি লগা কাঁড়ৰ দৰে গতিশীল। এৰা,...

Mousumee Bori
Jun 9, 20242 min read


আত্মকথন (গল্প)
"I am responsible for everything I feel, I am the source of emotions." - Mitesh Khatri, Life Coach "যোৱাবাৰ দেৱালীত চুবুৰীয়া মানুহঘৰে...

Mousumee Bori
Jun 9, 20244 min read


ইলোৰা (গল্প)
সকলোবোৰ ঘূৰাই দিলো তেওঁক - তেওঁ ইমান বছৰে মোলৈ লিখা চিঠিবোৰ,মোক উপহাৰ হিচাপে দিয়া চুৰিদাৰ কেইযোৰ,তেওঁৰ ভাল লগা মেখেলা-চাদৰ যোৰ,শাৰীখন৷...

Mousumee Bori
Jun 9, 20245 min read


খঙৰ প্ৰভাৱ আৰু প্ৰতিকাৰ -- মৌচুমী বৰি
ইউ টিউবত বি কে শিৱানীৰ খঙৰ ওপৰত এটি ভিডিঅ শুনাৰ সুযোগ হ'ল৷ তেখেতে কৈছে যে খং উঠাৰ সময়ত তিনিটা কথা এজন ব্যক্তিৰ মাজত নিহিত হৈ থাকে ৷ সেই...

Mousumee Bori
Oct 30, 20223 min read


জেম্ছ ৱেব স্পেচ টেলিস্কোপ - মানৱ সভ্যতাৰ নতুন মাইলৰ খুঁটি .... মৌচুমী বৰি
জেম্ছ ৱেব মহাকাশ দূৰবীন বা জেম্ছ ৱেব স্পে'চ টেলিস্কোপ হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে'চ এজেঞ্চী (CSA)ৰ উদ্যোগত...

Mousumee Bori
Sep 19, 20224 min read


"বৰ্তমানত জীয়াই থাকোঁ আহক"
"সেইজনেই সুখী যি আজিৰ দিনটোক নিজৰ বুলি ক'ব পাৰে৷ তেওঁৱেই শ্ৰেষ্ঠ - যিজনে কয় - আহিব লগা বিপদক ভয় নকৰোঁ কাৰণ আজিয়েই জীয়াই আছোঁ " - ৰোমান...

Mousumee Bori
Mar 16, 20222 min read


"বিখ্যাত শহা আৰু কাছৰ সাধুটোৰ নায়ক শহাক লোৱা এটা সাক্ষাৎকাৰত শহাই কি ক'লে? "
তুমি কিয় নিজকে আটাইতকৈ বেগী বুলি প্ৰমাণ কৰিব বিচাৰা?" মই ক'লো- "মোৰ সন্মান বাঢ়িব, মোক জগতে চিনিব৷ মই বিচাৰো- মোৰ নাম যুগে যুগে বুৰঞ্জীত...

Mousumee Bori
Dec 3, 20213 min read


"প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম"
" মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত, অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময় বালিত৷" সাফল্য লাভৰ লগত...

Mousumee Bori
Jun 30, 20212 min read


মানৱ জীৱনত “অনুশীলন”ৰ আৱশ্যকতা
লেখক ড০ পাৰ্থ চট্টোপাধ্যায়ে তেখেতৰ এখন কিতাপত “অনুশীলন”ৰ বিষয়ে লিখিছে এইদৰে- “যিসকলে অনুশীলন কৰে তেওঁলোকেই দক্ষতা অৰ্জন কৰে৷কঠোৰ অনুশীলনৰ...

Mousumee Bori
May 22, 20212 min read


"সফলতাৰ আঁৰৰ কথা"
প্ৰসিদ্ধ লেখক শিৱ খেৰাই তেখেতৰ বহুল জনপ্ৰিয় কিতাপ "You can win" ত লিখিছে - "বিফলতা হ'ল সফলতাৰ ৰাজপথ৷" হয়, প্ৰত্যেক সফলতাৰ কাহিনীৰ আঁৰত...

Mousumee Bori
Apr 28, 20212 min read


"সন্তান আৰু ভৱিষ্যৎ"
জাৰ্মান শিক্ষাবিদ তথা শিশু মনোবিদ ফ্ৰবেলে কৈছিল - "মানুহৰ জীৱনৰ আটাইতকৈ মহান লক্ষ্য আৰু উদ্দেশ্য হৈছে- আহক,আমি শিশুসকলৰ বাবেই জীয়াই...

Mousumee Bori
Nov 7, 20202 min read


ভাৰতীয় শাস্ত্ৰত শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ নাম
দেৱীদুৰ্গাৰ দহখন হাতৰ মাজত এখন হাত আশীৰ্বাদৰ অভয়হস্ত বাকী নখন হৈছে প্ৰহৰণ যন্ত্ৰ৷ এই নটা প্ৰহৰণ যন্ত্ৰৰ দ্বাৰা মহাশক্তিয়ে জগতৰ অমংগলক...

Mousumee Bori
Oct 24, 20201 min read


কাতি বিহুৰ অনুভৱ (এখন চিঠিৰে)
কাতি বিহু আহি আছে; আমাৰ মনবিলাক সাতখন-আঠখন হৈছে..ফুলেৰে ওপচাই তুলসীতল সজাবলৈ আছেই দেখোন!!অধীৰ অপেক্ষাৰ অন্তত কাতি বিহুৰ দিনটো...

Mousumee Bori
Oct 17, 20202 min read


আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন
অসমীয়াত এষাৰি প্ৰবচন আছে "আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন " ! সঁচাই মাতৃৰ মমতাৰ লগত একোৰে তুলনা নহয়৷ এগৰাকী মাতৃয়ে সন্তানটিক ডাঙৰ-দীঘল...

Mousumee Bori
Oct 4, 20202 min read


শিশু সাহিত্য, শিশু আলোচনী ইত্যাদি...
সেই আশী-নব্বৈ দশকৰ শিশু আলোচনীবোৰে দিয়া হেঁপাহ, উৎকন্ঠা আদিবোৰ আজিৰ শিশুৰ মাজত বিচাৰি পোৱা যায় নে ?সেই পৰিৱেশ আছেনে ? সময়ৰ পৰিৱৰ্ত্তনে...

Mousumee Bori
Sep 24, 20202 min read


মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপ
মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপ – অসমৰ বৰেণ্য ব্যক্তি ড০ প্ৰফুল্ল কটকী দেৱৰ দ্বাৰা অনুবাদিত লেখক নৰমান ভিনচেন্ট পীলেৰ “আশাবাদী চিন্তা” জীৱনৰ...

Mousumee Bori
Jul 26, 20207 min read
bottom of page
