top of page
My Articles / Publishing
Search


“নৱবৰ্ষৰ সংকল্প”
“নৱবৰ্ষৰ সংকল্প” ২০২৫ বৰ্ষটোত আমি বহুজন স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ।অসমৰ হাৰ্টথ্ৰব ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ দেহাৱসান সমগ্ৰ অসম তথা দেশবাসীৰ বাবে অপূৰণীয় ক্ষতি আছিল। প্ৰাণৰ শিল্পীজনৰ মৃত্যু অসমবাসীয়ে এতিয়াও যেন মানি ল’ব পৰা নাই। বেথাভৰা হুমুনিয়াহবোৰ এতিয়াও আকাশে বতাহে গুঞ্জৰিত হৈ আছে ।তাৰোপৰি বলিউডৰ অন্যতম মহানায়ক ধৰ্মেন্দ্ৰৰ মহাপ্ৰস্থানেও সমগ্ৰ দেশকে জোকাৰি গ’ল, জোকাৰি গ’ল বলিউডৰ চিৰসেউজ প্ৰখ্যাত কমেডিয়ান গোবৰ্ধন আচৰানিৰ মহাপ্ৰস্থানেও। যোৱা বৰ্ষটোতে আমি হেৰুৱালোঁ ক্ৰমে অসম

Mousumee Bori
Jul 42 min read


“চৰ্তবিহীন প্ৰেম”
“চৰ্তবিহীন প্ৰেম” “মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে ক’বলৈ আছেনে সময় তোমাৰ? সমীৰৰ খবৰ শুনাৰ …. ( কন্ঠ: জয়ন্ত হাজৰিকা সংগীত আৰু কথা: হেমেন হাজৰিকা ) ফাগুন মানেই যে ৰং! ফাগুন মানেই যে প্ৰেম! ফাগুনক কবিয়ে উতলা ফাগুন, মায়াবী ফাগুন আদি বিশেষণেৰে বিভূষিত কৰিছে। ফাগুন মাহৰ পূৰ্ণিমা তিথিতে ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰম্ভ হয়। এই উৎসৱত শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাঁকু সানি ৰঙৰ খেলা কৰা হয়। এৰা, ফাগুন বুলি ক’লেই আমাৰ মনলৈ আহে প্ৰেম প্ৰেম অনুভৱৰ পলাশ,মদাৰ,

Mousumee Bori
Jul 42 min read


গ্ৰীটিংচ কাৰ্ডৰ কথা
চাওঁতে চাওঁতে ইংৰাজী' ২০২৩ বৰ্ষটোৱে মেলানি মাগিবৰ বাবে যো-জা কৰিলে। মনলৈ ভাব আহিছে - সঁচাই সময়বোৰ পাখি লগা কাঁড়ৰ দৰে গতিশীল। এৰা,...

Mousumee Bori
Jun 9, 20242 min read


আত্মকথন (গল্প)
"I am responsible for everything I feel, I am the source of emotions." - Mitesh Khatri, Life Coach "যোৱাবাৰ দেৱালীত চুবুৰীয়া মানুহঘৰে...

Mousumee Bori
Jun 9, 20244 min read


ইলোৰা (গল্প)
সকলোবোৰ ঘূৰাই দিলো তেওঁক - তেওঁ ইমান বছৰে মোলৈ লিখা চিঠিবোৰ,মোক উপহাৰ হিচাপে দিয়া চুৰিদাৰ কেইযোৰ,তেওঁৰ ভাল লগা মেখেলা-চাদৰ যোৰ,শাৰীখন৷...

Mousumee Bori
Jun 9, 20245 min read
bottom of page
