top of page
Profile
Join date: Jul 7, 2020
Posts (27)
Jul 4, 2026 ∙ 2 min
“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক”
“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক” মানৱজাতিয়ে ২০২৩ চনত ৰেকৰ্ডসংখ্যক ৫৩ বিলিয়ন টন সেউজগৃহ গেছ বায়ুমণ্ডললৈ এৰি দিয়ে—আমাৰ একমাত্ৰ বাসস্থান পৃথিৱীখনকবসবাসযোগ্য কৰি ৰাখিবলৈ হ’লে মাত্ৰ এটা প্ৰজন্মৰ ভিতৰতে এইসংখ্যা নেট জিৰ’লৈ (Net zero) হ্ৰাস কৰিব লাগিব। সাম্প্ৰতিক সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পৰিৱেশৰ প্ৰতি ভয়াবহ প্ৰত্যাহবান হিচাপে দেখা দিছে। মূলত জৈৱাশ্মিক (petroleum) ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ নিৰ্গমন (Green house Gas emission) সমূহৰ বাবে যোৱা শতিকাত গোলকীয় উষ্ণতা ক্ৰমাগত বৃদ্ধি...
1
0
Jul 4, 2026 ∙ 2 min
“নৱবৰ্ষৰ সংকল্প”
“নৱবৰ্ষৰ সংকল্প” ২০২৫ বৰ্ষটোত আমি বহুজন স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ।অসমৰ হাৰ্টথ্ৰব ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ দেহাৱসান সমগ্ৰ অসম তথা দেশবাসীৰ বাবে অপূৰণীয় ক্ষতি আছিল। প্ৰাণৰ শিল্পীজনৰ মৃত্যু অসমবাসীয়ে এতিয়াও যেন মানি ল’ব পৰা নাই। বেথাভৰা হুমুনিয়াহবোৰ এতিয়াও আকাশে বতাহে গুঞ্জৰিত হৈ আছে ।তাৰোপৰি বলিউডৰ অন্যতম মহানায়ক ধৰ্মেন্দ্ৰৰ মহাপ্ৰস্থানেও সমগ্ৰ দেশকে জোকাৰি গ’ল, জোকাৰি গ’ল বলিউডৰ চিৰসেউজ প্ৰখ্যাত কমেডিয়ান গোবৰ্ধন আচৰানিৰ মহাপ্ৰস্থানেও। যোৱা বৰ্ষটোতে আমি হেৰুৱালোঁ ক্ৰমে অসম তথা ভাৰতৰ...
2
0
Jul 4, 2026 ∙ 2 min
“চৰ্তবিহীন প্ৰেম”
“চৰ্তবিহীন প্ৰেম” “মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে ক’বলৈ আছেনে সময় তোমাৰ? সমীৰৰ খবৰ শুনাৰ …. ( কন্ঠ: জয়ন্ত হাজৰিকা সংগীত আৰু কথা: হেমেন হাজৰিকা ) ফাগুন মানেই যে ৰং! ফাগুন মানেই যে প্ৰেম! ফাগুনক কবিয়ে উতলা ফাগুন, মায়াবী ফাগুন আদি বিশেষণেৰে বিভূষিত কৰিছে। ফাগুন মাহৰ পূৰ্ণিমা তিথিতে ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰম্ভ হয়। এই উৎসৱত শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাঁকু সানি ৰঙৰ খেলা কৰা হয়। এৰা, ফাগুন বুলি ক’লেই আমাৰ মনলৈ আহে প্ৰেম প্ৰেম অনুভৱৰ পলাশ,মদাৰ,শিমলুৰ ৰঙা ৰং,...
7
0
2
Mousumee Bori
Admin
More actions
bottom of page
