top of page

ৰূপোৱালী মেঘৰ ছায়া উপন্যাসখনি মূলত: অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা এজাক ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল জীৱনৰ সৰস বৰ্ণনাৰ সমাহাৰ৷  লগতে দুটি  বিষাদ-মধুৰ নিৰ্মল প্ৰেমগাথাৰ বৰ্ণনাৰে ভৰা ৷ জীৱনৰ ধুমুহাৰ মাজতো আশাৰ ৰামধেনু বিচাৰি পাব পৰাকৈ প্ৰেৰণামূলক কাহিনীৰে সমৃদ্ধ৷  পুথিখনিৰ মুক্ত, সৰল বাক্যগাঁথনিয়ে আপোনাৰ অন্তৰ পৰশি যাব সেয়া নিশ্চিত৷

 

ৰূপোৱালী মেঘৰ ছায়া

SKU: MB0002
₹120.00Price
    bottom of page