top of page

My Book Review

average rating is 4 out of 5, based on 150 votes, Recommend it
FB_IMG_1594211946216 (1).jpg
Mousumee Bori
গল্ফীৰ ডায়েৰি
20200708_172920.jpg
Mousumee Bori
গল্ফীৰ ডায়েৰি
FB_IMG_1594212318830 (1).jpg
Mousumee Bori
বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
WhatsApp Image 2020-07-09 at 11.41.06.jp
Mousumee Bori
ৰূপোৱালী মেঘৰ ছায়া
WhatsApp Image 2020-07-09 at 11.40.48.jp
Mousumee Bori
হেঙুল আকাশৰ ৰামধেনু

পৰ্যালোচনা : গল্ফীৰ ডায়েৰি

কালি ডাকোৱালে মোৰ হাতত তুলি দিলে মৌৱে দি পঠিওৱা স্বৰচিত ৰসপূৰ্ণ "গল্ফীৰ ডায়েৰি" প্ৰথম খণ্ড । মৌৰ গল্ফীৰ ডায়েৰি আখৰুৱা, অসমীয়া কথা-বতৰা গোটত মাজে সময়ে পঢ়াৰ সুযোগ পাইছিলো । গোটেই কিতাপখন হাতত পৰাত মই আনন্দত আত্মহাৰা হৈ পৰিলো । মোলৈ মৌৰ এই মৰমৰ উপহাৰ মোৰ বাবে অমূল্য ।

পৰ্যালোচনা : গল্ফীৰ ডায়েৰি

মৌচুমীবৰিৰ নৱতমগ্ৰন্থ, খুহুঁতীয়াকথাৰভঁৰাল- 'গল্ফীৰডায়েৰী' :

আখৰুৱাৰঅন্যতমসক্ৰিয়আৰুঘনিষ্ঠসদস্যহিচাপেমৌচুমীবৰিআমাৰমাজতযিদৰেপৰিচিত, সেইদৰে ''গল্ফীৰডায়েৰী'ৰস্ৰষ্টাহিচাপেওসমাদৃত।সেইগৰাকীমৌচুমীবৰিৰখুহুঁতীয়াকথাৰভঁৰাল- 'গল্ফীৰডায়েৰী'ৰপ্ৰথমখণ্ডদুদিনমানআগতেডাকযোগেপালোঁআৰুলেখিকালৈআন্তৰিকশুভেচ্ছাজনালোঁ।

average rating is 4 out of 5, based on 150 votes, Recommend it
Rate this serviceDon’t love itNot greatGoodRecommendedLove itRate this service
Love it? Rate itDon’t love itNot greatSatisfiedReally goodLove itLove it? Rate it

পৰ্যালোচনা : 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে'

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো।সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই প্ৰাচীন। তমসা নদীৰ পাৰৰ পুণ্য তপোবনত মৈথুনৰতা ক্ৰৌঞ্চ পক্ষীহালৰ এটাক নিষ্ঠুৰ ব্যাধে হত্যা কৰা দেখি ঋষি বাল্মীকিৰ অন্তৰত অনুভূত শোকৰ খলকনি, পৰ্বত বাগৰি অহা নৈৰ দৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সেই অমৰ শ্লোকঃ"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।যৎ ক্ৰৌঞ্চমিথুনাদেকমঅৱধীঃ কামমোহিতম্ ।।"এয়াই আছিল ভাৰতৰ প্ৰথম কবিতা। উল্লেখযোগ্য যে ইয়াৰ পৰাই সৃষ্টি হৈছিল আদি কাব্য 'ৰামায়ণ'।

average rating is 4 out of 5, based on 150 votes, Recommend it
Rate this serviceDon’t love itNot greatGoodRecommendedLove itRate this service
Love it? Rate itDon’t love itNot greatSatisfiedReally goodLove itLove it? Rate it

পৰ্যালোচনা : “ৰূপোৱালী মেঘৰ ছায়া”

average rating is 4 out of 5, based on 150 votes, Recommend it

শিৱসাগৰৰ প্ৰজ্ঞা প্ৰকাশৰ দ্বাৰা ২০১৮ চনৰ নবেম্বৰ মাহত প্ৰথম প্ৰকাশ পোৱা ১৩২ কে ভিশিৱসাগৰ বিদ্যুত উপ কেন্দ্ৰৰ উপ প্ৰবন্ধক হিচাপে কৰ্মৰত আৰু শিৱসাগৰ অ’ এন জি চি কল’নিৰআবাসিক এলেকাৰ বাসিন্দা মৌচুমী বৰিৰ দ্বাৰা ৰচিত ৰূপোৱালী মেঘৰ ছায়া এখন অনন্য উপন্যাস ৷আধুনিক যুগত অভিযান্ত্ৰিক মহাবিদ্যালয় , বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , কৃষিবিশ্ববিদ্যালয় আদিৰ হোষ্টেলত থাকি ভৰ যৌৱনপ্ৰাপ্ত যুৱক যুৱতীৰ বিভিন্ন ধৰণৰ মুখৰোচককাহিনীৰি নিটোল চৰিত্ৰ অঙ্কিত হৈছে এই উপন্যাস খনৰ মাজেদি ৷

Rate this serviceDon’t love itNot greatGoodRecommendedLove itRate this service
Love it? Rate itDon’t love itNot greatSatisfiedReally goodLove itLove it? Rate it

পৰ্যালোচনা : “ হেঙুল আকাশৰ ৰামধেনু”

অসমীয়া সাহিত্যৰ প্ৰকাশিত গ্ৰন্থৰ সৈতে পৰ্যালোচনা সংযোজন কৰিব বিচৰা কথাটো সচাকৈয়েই বিৰল আৰু লেখকৰো ই
নিশ্চয় এক সাহসিক পদক্ষেপ৷ গল্পকাৰ মৌচুমী বৰিৰ শেহতীয়া গল্প সংকলন হেঙুল আকাশৰ ৰামধেনু& অসমীয়া সাহিত্যত
আন এক ব্যতিক্ৰমী সংযোজন হিচাপে আজি ওলাই আহিছে আৰু জনপ্ৰিয় সামাজিক মাধ্যম  ফেচবুকৰ অন্যতম অসমীয়া
সাহিত্য-চৰ্চাৰ গোট ’আখৰুৱা : literati’ তেওঁৰ এই যাত্ৰাত সহযাত্ৰী হ’বলৈ পাই নথৈ আনন্দিত‌।

bottom of page